Donate Now
.
Home
who we are
What We Do
Resources
Commentary
how we do it
Ankuran
Awards
2021 Awardees
2024-25 Awardees
Rural Internship
First Cohort
Second Cohort
Third Cohort
Samvidhan Se Hum
Climate Report
FLIP
Work With Us
অসমীয়া ভাষাৰ সাংবাদিকৰ বাবে
নাম
*
ঠিকনা
*
চহৰ-জিলা
*
প্ৰদেশ
*
পিন কোড
*
ফোন
*
ই-মেইল
*
সামাজিক মাধ্যমৰ একাউণ্ট [যদি আছে]
টুইটাৰ হেণ্ডেল
ইনষ্টাগ্ৰাম হেণ্ডেল
ফেচবুক পেজ
লিঙ্গ
*
পুৰুষ
মহিলা
অন্যান্য
আপুনি এগৰাকী স্বতন্ত্ৰ সাংবাদিক আৰু কোনো সংবাদ গোষ্ঠীৰ পুৰ্ণকালীন চাকৰিয়াল নহয়
*
হয়৷
যদি আপুনি SC/ST/OBC সম্প্ৰদায়ৰ, অনুগ্ৰহ কৰি উল্লেখ কৰিব৷ যদি নহয়, খালী ঠাইত ‘NA’* লিখিব৷
*
ফেল’শ্বিৰ অন্তৰ্গত আপুনি প্ৰকাশ কৰিবলগীয়া প্ৰতিবেদনৰ এটি সম্যক ধাৰণা [ষ্ট’ৰি আইডিয়া] ৪০০ শব্দৰ ভিতৰত অসমীয়াত লিখিব
*
আপুনি প্ৰকাশ কৰিবলগীয়া প্ৰতিবেদনৰ বাবে ক্ষেত্ৰভিত্তিক সংবাদ পৰিৱেশনৰ যদি প্ৰয়োজনীয়তা আছে, তেন্তে সেই ভৌগলিক স্থান উল্লেখ কৰিব৷ যদি নাই, সেয়াও উল্লেখ কৰিব
*
সংবাদ পৰিৱেশনৰ ববে আপোনাৰ মোবাইল ফোন বা আন মাধ্যমেৰে দৃশ্য-শ্ৰব্য ৰেকৰ্ডিং সম্ভৱপৰ হ’বনে?
*
হ’ব
নহ’ব৷
আপোনাৰ দ্বাৰা প্ৰকাশিত আটাইতকৈ শ্ৰেষ্ঠ বুলি ভবা লেখাটোৰ অসম্পাদিত সংস্কৰণ এটা নাইবা অসমীয়াতে লিখা অপ্ৰকাশিত সংবাদ কৰ্মৰ [কমেও ৪০০ শব্দৰ] ফাইল এম এছ ৱৰ্ড বা পিডিএফ ফৰমেটত আপলোড কৰক৷
*
Files must be less than
3 MB
.
Allowed file types:
pdf doc docx
.
আপোনাৰ CV
*
Files must be less than
3 MB
.
Allowed file types:
gif pdf doc docx
.
এই প্ৰ-পত্ৰ জমা দিয়াৰ লগে লগে আপুনি ইয়াত সন্নিৱিষ্ট কৰা সকলো তথ্য সত্য বুলি সজ্ঞানে স্বীকাৰ কৰাৰ লগতে ফেল’শ্বিপৰ বাবে অদ্যাপি প্ৰকাশ নোহোৱা এটা মৌলিক লেখাৰ প্ৰস্তাৱ অগবঢ়াইছে৷ আপুনি এই প্ৰস্তাৱিত লেখাৰ প্ৰতিবেদন প্ৰকাশ কৰোতে কোনো ধৰণৰ স্বাৰ্থৰ সংঘাত নহ’ব বুলিও নিশ্চিতি প্ৰদান কৰিছে৷
আপোনাৰ কিবা প্ৰশ্ন থাকিলে
mediafellowship@nfi.org.in
এই ঠিকনাত লিখিব পাৰে৷ ই-মেইলৰ ছাবজেক্ট লাইনত “Query : NFI Media Fellowships” বুলি অনুগ্ৰহ কৰি উল্লেখ কৰিব৷
আপোনাৰ আবেদনৰ Submission সম্পূৰ্ণ হ’লে এটা স্বয়ংক্ৰিয় কনফাৰমেশ্যন লাভ কৰিব৷