স্বতন্ত্ৰ সাংবাদিকৰ বাবে ফেল’শ্বিপ

সততে উত্থাপিত প্ৰশ্নসমূহঃ



এই ফেল’শ্বিপৰ বাবে কোনে আবেদন কৰিব পাৰে? এই কাৰ্য্যসূচীৰ অধীনত স্বতন্ত্ৰ সাংবাদিকৰ সংজ্ঞা কিদৰে নিৰ্ধাৰণ কৰা হৈছে? অনুদান লাভ কৰিবলৈ আপুনি কেনেধৰণৰ সংবাদ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ আগ্ৰহী? এই ফেল’শ্বিপত প্ৰতিবেদন প্ৰকাশৰ বাবে কিমান সময় নিৰ্ধাৰণ কৰা হৈছে? সংবাদ প্ৰতিবেদনৰ সম্ভাব্য দৈৰ্ঘ্য আৰু আন প্ৰয়োজনীয়তাসমূহ কি হোৱা উচিত? আপোনাৰ প্ৰস্তাৱিত প্ৰতিবেদন আমালৈ প্ৰেৰণ কৰাৰ পূৰ্বেঃ- প্ৰ-পত্ৰ পূৰণৰ পূৰ্বে এইসমূহ সাজু ৰখাকঃ পূৰ্বে যিসকলে এন এফ আই-ৰ ফেল’শ্বিপ লাভ কৰিছে তেওঁলোকে এই চলিত লানি ফেল’শ্বিৰ পৰা আবেদন কৰিব পাৰিব নে?

If you have read the above, apply here for Fellowships in Assamese Language